Socialঅৰ্থনৈতিকঅসমজন্তুপ্ৰযুক্তিবিজ্ঞানৰাজনৈতিক

এফালে ডিজেলৰ আকাশলংঘী দাম, আনফালে মতা গৰুৰ জন্মৰ নিষেধাজ্ঞা

বিপাঙত পেৰিছে কৃষক

এফালে ডিজেলৰ আকাশলংঘী দাম, আনফালে মতা গৰুৰ জন্মৰ নিষেধাজ্ঞাই বিপাঙত পেলাইছে কৃষকক।

এটা সময়ত এবিঘা মাটিত ট্ৰেক্টৰেৰে হাল বাওতে ডিজেলকে ধৰি আনুসংগিক খৰচ হৈছিল ৬০০ টকাৰ পৰা ৮০০ টকা। কিন্তু বৰ্তমান ডিজেলৰ দাম বৃদ্ধিৰ ফলত এই খৰচ দুগুণ বৃদ্ধি পোৱাত এতিয়া বিপাঙত পৰিছে কৃষকসকল। তদুপৰি শেহতীয়াকৈ অসম চৰকাৰে মতা গৰু জন্ম নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই গৰুৰে হাল বাই কৃষি কৰ্ম কৰা খেতিয়ক সকলৰ জীৱনলৈ অশনি সংকেত মাতি অনাৰ আশংকাই দেখা দিছে।

জলসিঞ্চনৰ অভাৱৰ বাবে আজিও বতৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱা কৃষকে সময়ত নাপায় সাৰ। কৃষকৰ মতে, শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৃষি খণ্ডৰ উন্নয়নৰ সপোন দেখুওৱা চৰকাৰী বিষয়া সকলৰ বাস্তৱমুখী পৰিকল্পনাৰ অভাৱৰ। কৃষকৰ আহ্বান, পথাৰসমূহ পৰ্যবেক্ষণ কৰি প্ৰস্তুত কৰক আচঁনি আৰু কৃষকক উৎসাহিত কৰিব পৰাকৈ গ্ৰহণ কৰক কাৰ্যব্যৱস্থা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.