leatest updatenorth eastSocial

মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত গুলীবৰ্ষণৰ ঘটনা।

মৰিয়নীৰ নাগাজাংকা উদয়পুৰত সংঘটত হৈছে এই ঘটনা।

মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত গুলীবৰ্ষণৰ ঘটনা। সীমান্তৱৰ্তী অসমীয়াৰ পশুধনলৈ গুলীচালনা নগাৰ।
মৰিয়নীৰ নাগাজাংকা উদয়পুৰত সংঘটত হৈছে এই ঘটনা। নগাৰ গুলীত গুলী বিদ্ধকেইবাটাও পশুধন।

এই ঘটনাক লৈ সীমান্তৱৰ্তী অসমীয়াৰ মাজত সৃষ্টি হৈছে আতংকৰ। গুলীচালনাৰ পাছৰে পৰা নিৰুদ্দেশ ৩টাকৈ গো-ধন ।গুলীবিদ্ধ পশুধনকব বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.