Socialআন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰতমনোৰঞ্জন

‘গ্ৰেটেচ শ্ব’ অন আৰ্থ’ত স্বৰ্ণাক্ষৰেৰে নাম লিখিবলে সাজু হৈছে ভাৰত

স্বৰ্ণ জয়ৰ বাবে সাজু ভাৰত

‘গ্ৰেটেচ শ্ব’ অন আৰ্থ’ত স্বৰ্ণাক্ষৰেৰে নাম লিখিবলে সাজু হৈছে ভাৰত।

ট’কিঅ অলিম্পিকৰ পৰা আহিছে এটা ভাল খবৰ। অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ বিজয়। ভাৰতীয় পুৰুষ হকী দলটোৱে নিউজীলেণ্ডক ৩-২ ৰ ব্যৱধানত পৰাজিত কৰিছে।

শণিবাৰে ভাৰতীয় সময়ানুসৰি পুৱা ৬:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা মেচত ভাৰতে বিজয়েৰে অলিম্পিক যাত্ৰাৰ দুৱাৰ খোলে। ইফালে আৰ্চাৰীৰ মিক্স ডাব’লত দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱৰ জুতিয়েও কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

আনহাতে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলছত ভাৰতৰ ইলাবেনিল ৱালাৰিৱন আৰু অপূ্ৰ্বী চান্দেলাই ফাইবেলৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 10 =

Back to top button