AssamCity newsCMO AssamEducationleatest updatenationalPMo indiaঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা, ১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা…….

ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

চৰকাৰৰ ৩য়-৪ৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

১৫, ২২, ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পৰীক্ষা

তৃতীয় বৰ্গৰ ৭,৫০০ পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা

চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২০ আৰু ২৭ অক্টোবৰত

চতুৰ্থ বৰ্গৰ ৪,৫০০ পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা

অসম লোক সেৱা আৰ্হিত হ’ব পৰীক্ষা

৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব আৰক্ষীৰ শাৰিৰীক পৰীক্ষা

গণিত বিষয়ৰ বাবে বিদ্যালয়ত দিয়া হ’ব সুকীয়া নিযুক্তি

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.