Assamleatest updateRegionalSocial

গুৱাহাটী-উঃ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ব্যাহত; যাত্ৰীৰ মাজত হাহাকাৰ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুৱ গৈছে ফেৰীঘাট

গুৱাহাটী-উঃ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ব্যাহত

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুৱ গৈছে ফেৰীঘাট

ফেৰী চলাচল ব্যাহত হোৱাত যাত্ৰীৰ মাজত হাহাকাৰ

৩ মাহে পানীৰ অভাৱত বন্ধ আছিল মধ্যমখণ্ড ফেৰীঘাট

জলস্তৰ বৃদ্ধিৰ ফলতো ব্যাহত হৈ আছে ফেৰী চলাচল

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.