AssamCity newsleatest update

জঘন্য; এজেণ্টৰ জৰিয়তে বিক্ৰী সন্তানক!

৩ লাখ টকাত বিক্ৰী কৰিলে সদ্যোজাত কেঁচুৱাক।

নৃসংশ। পুনৰ গুৱাহাটীত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ উত্তৰ গুৱাহাটীত সংঘটিত হ’ল এক লজ্জাজনক ঘটনা। ৩ লাখ টকাত বিক্ৰী কৰিলে সদ্যোজাত কেঁচুৱাক। এজেণ্টৰ জৰিয়তে বিক্ৰী কৰাৰ অভিযোগ অবৈধ সন্তানক। কেঁচুৱা বিক্ৰীৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য।

উল্লেখ্য যে ঘটনাৰ লগত জড়িত থকা পংকজ দাস, ইজাজুৰ নামৰ দুজনক আটক কৰিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ মহিলা সংগঠনৰ। মঙলদৈৰ দম্পতীক বিক্ৰী কৰা হৈছিল কেঁচুৱাটি। কেঁচুৱাটিৰ মাতৃৰ আত্মগোপনক লৈও প্ৰতিক্ৰিয়া। ঘটনাক লৈ ক্ষোভৰ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীবাসীৰ মাজত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.