AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিত্তমন্ত্ৰী অজন্তা নেওগৰ অভিলাষী বাজেট, বাজেট ২০২৪-২৫ত ১,৪৩,৬০৫.৫৬ কোটি প্ৰাপ্তিৰ লক্ষ্য……..

বিত্তমন্ত্ৰী অজন্তা নেওগৰ অভিলাষী বাজেট

বাজেট ২০২৪-২৫ত ১,৪৩,৬০৫.৫৬ কোটি প্ৰাপ্তিৰ লক্ষ্য

ৰাজহ শিতানত প্ৰাপ্তিৰ লক্ষ্য ১,১১,৯৪৩.৮৪ কোটি

মূলধনী শিতানত ৩১,৬৬১.৭৩ কোটিৰ প্ৰাপ্তি

সৰ্বমুঠ আদায়ৰ পৰিমাণ ২,৯০,১৫৫.৬৫ কোটি

২০২৪-২৫ বৰ্ষৰ শেষলৈ বিত্তীয় ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি

সৰ্বমুঠ ব্যয়ৰ পৰিমাণ আনুমানিক ১,৪৩,৮৯০.৬২ কোটি

ৰাজহ শিতানত ব্যয়ৰ আনুমানিক পৰিকল্পনা ১,১০,০৯১.৮৬ কোটি

মূলধনী শিতানত ব্যয় ৩৩,৭৯৮.৭৬ কোটি

বছৰটোত সৰ্বমুঠ ব্যয় ২,৮৮,৫৬০.৭১ কোটি

বছৰটোৰ প্ৰাককলিত লেনদেনত ৰাহি ১,৫৯৪.৯৪ কোটি

আৰম্ভণিৰ ঘাটি ২,৩৬৯.৪১ কোটিৰ হিচাপত শেষলৈ ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.