AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীত ১৪৪ ধাৰা! এমাহৰ বাবে জাৰি হৈছে এই ধাৰা, ১২ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ থাকিব ১৪৪ ধাৰা…..

দিল্লীত জাৰি হৈছে ১৪৪ ধাৰা

এমাহৰ বাবে জাৰি হৈছে এই ধাৰা

বৃহৎ গোটৰ সমাগম, ট্ৰেক্টৰ, ট্ৰলী চলাচলত বাধা

১২ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈ থাকিব ১৪৪ ধাৰা

কৃষক মৰ্চাৰ প্ৰতিবাদৰ প্ৰেক্ষাপটত এই সিদ্ধান্ত

১৩ ফেব্ৰুৱাৰীত দিল্লী কঁপাবলৈ সাজু দেশৰ কৃষক

কৃষকৰ বিভিন্ন সমস্যা সমাধানৰে ‘দিল্লী চলো’ কাৰ্যসূচী

কৃষকক বাধা দিবলৈ সাজু দিল্লী প্ৰশাসন

ছীল কৰি দিয়া হৈছে দিল্লীৰ প্ৰৱেশ পথ

পাঞ্জাৱ, হাৰিয়ানা, UPৰ পৰা আহিছে কৃষক

দিল্লীৰ ৰাজপথত সষ্টম আৰক্ষী, অৰ্ধসামৰিক বাহিনী

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষকৰ ক্ষোভ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.