Internationalleatest updatenatural disaster

নৱবৰ্ষৰ পহিলা দিনটোতে জাপানত ৭.৫ প্ৰাৱল্যত ভূমিকম্পৰ জোকাৰণি

বৰ্তমান লৈকে ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে...

নৱবৰ্ষৰ পহিলা দিনটোতে জাপানত শক্তিশালী ভূমিকম্প। জাপানৰ ইছিকাৱাত ৭.৫ প্ৰাৱল্যত ভূমিকম্পৰ জোকাৰণি।   ভূমিকম্প হৈ যোৱাৰ পিছতো সৰু সৰু কম্পনেৰে একাধিক ভূমিকম্পৰ অনুভূত হয়। সোমবাৰে হৈ যোৱা ভূমিকম্পত মঙলবাৰলৈ ১৩ জন লোক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে যদিও এতিয়ালৈ শতাধিক লোক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে, এই ভূমিকম্পৰ পিছত জাপনত ছুনামিৰ এলাৰ্ট জাৰি কৰা হৈছিল যদিও বৰ্তমান এই খবৰ পৰিহাৰ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই জনোৱা মতে ভূমিকম্পৰ ফলত দেশখনত যথেষ্ট ক্ষতিসাধন হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.