Assamঅসমজন্তুদৈনিক বাতৰি

গোলাঘাটৰ ভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস, নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ

গোলাঘাটৰ ভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস, নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ

গোলাঘাটৰ ভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস

নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ

নামবৰ অভয়াৰণ্যৰ পৰা ওলাই আহিছে জাকে জাকে হাতী

খাই তহিলং কৰিছে খেতিপথাৰ

উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে

এই দৃশ্য নুমলীগড়ৰ মৰঙী মৌজাৰ থুৰাজানৰ। মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত এতিয়া কেৱল হাতী আৰু হাতী। কেতিয়াবা যদি পথাৰত, কেতিয়াবা চাহ বাগিচাত, কেতিয়াবা মানুহৰ বাৰীত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ চাহ বাগিচাৰ মাজেৰে একপ্ৰকাৰৰ সমদল কৰি আগবাঢ়িছে এটা বৃহৎ বন্য হাতীৰ জাক  । জাকটোত আছে বহুকেইটা পোৱালি। নিশা সমগ্ৰ অঞ্চলটোত ৰাইজৰ কৃষি পথাৰ তহিলং কৰি চাহ বাগিচাত প্ৰৱেশ কৰে হাতীৰ জাক । নিশা ৰাইজে উজাগৰে পাৰ কৰিলগীয়া হৈছে । বন্য হাতীৰ বাবে এতিয়া আতংকিত বৃহৎ অঞ্চলবাসী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.