Assamnationalঅসমদৈনিক বাতৰি

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান, বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰবেশদ্বাৰত উৎসৱমুখৰ পৰিৱেশ

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰবেশদ্বাৰত উৎসৱমুখৰ পৰিৱেশ

নাম-প্ৰসংগ, শোভাযাত্ৰাৰে মুকলি ৰাষ্ট্ৰীয় উদ্যানখন

উপস্থিত BTRৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী

৫ জুনত বন্ধ কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ

পৰ্যটকৰ আদৰিবলৈ সাজু উদ্যান কৰ্তৃপক্ষ

উল্লেখযোগ্য যে, বিগত বৰ্ষত মানাহলৈ আহিছিল ৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটক, দেশীয় পৰ্যটকৰ ক্ষেত্ৰত মুঠ ৩৩ খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী পৰ্যটকে বিগত পৰ্যটন বৰ্ষত মানাহ ভ্ৰমণ কৰিছিল । আনহাতে বিগত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ অন্তিম দিনটোলৈকে ১,৩৫,৮৪,৪৫০ টকা ৰাজহ সংগ্ৰহ উপাৰ্জনেৰে এক অভিলেখ সৃষ্টি কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button