Assamnationalnorth eastদৈনিক বাতৰি

আজিও উত্তেজনা অব্যাহত মণিপুৰত, ইম্ফলৰ কেইবাটাও স্থানত প্ৰতিবাদকাৰী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ…

আজিও উত্তেজনা অব্যাহত মণিপুৰত, ইম্ফলৰ কেইবাটাও স্থানত প্ৰতিবাদকাৰী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ...

আজিও উত্তেজনা অব্যাহত মণিপুৰত

ইম্ফলৰ কেইবাটাও স্থানত প্ৰতিবাদকাৰী-নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ

যোৱা দুদিনত অৰ্ধ শতাধিক লোক আহত

হিংসাজৰ্জৰ পৰিস্থিতিৰ মাজতেই পুনৰ জ্বলালে বাসগৃহ

শ শ লোকে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়

থাওবেল জিলাৰ বিজেপিৰ কাৰ্যালয় ছাইত পৰিণত

বিজেপিৰ সভাপতিৰ ঘৰতো আক্ৰমণ উত্তেজিত লোকৰ

বিজেপিৰ সভাপতি সাৰদা দেৱীৰ ঘৰ জ্বলালে দুৰ্বৃত্তই

দুজন শিক্ষাৰ্থীৰ মৃত্যুক লৈ ক্ষোভত জ্বলিছে মণিপুৰ

এইপৰ্যন্ত আৰক্ষীয়ে আটক কৰিছে ১,৬৯৭গৰাকীক লোকক

CBIএ আৰম্ভ কৰিছে শিক্ষাৰ্থীৰ মৃত্যুৰ তদন্ত

CBIৰ স্পেচিয়েল ডাইৰেক্টৰ অজয় ভাটনাগৰে আগবঢ়াইছে তদন্ত

যোৱা মে’ৰ পৰা অব্যাহত আছে মণিপুৰত হিংসাৰ দাৱানল

ৰাজ্যখনৰ পাৰ্বত্য অঞ্চলত AFPSA ছমাহলৈ বৃদ্ধি

অশান্তজৰ্জৰ মণিপুৰত বাহাল সান্ধ্য আইন

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.