Assam

অবিশ্বাস্য! নগাঁও জিলাৰ ননৈ কচুপিত গাঁৱত অদ্ভুট ঘটনা

এজন লোকৰ ঘৰত অদৃশ্য শক্তিয়ে সৃষ্টি কৰিছে আতংকৰ

এক অবিশ্বাস্য আৰু ৰহস্যজনক ঘটনা

নগাঁও জিলাৰ ননৈ কচুপিত গাঁৱত অদ্ভুট ঘটনা

এজন লোকৰ ঘৰত অদৃশ্য শক্তিয়ে সৃষ্টি কৰিছে আতংকৰ

অদৃশ্য শক্তিৰ প্ৰকোপত ত্ৰাহি মধুসূদন সুঁৱৰিছে পৰিয়ালটিয়ে

ৰহস্যজনকভাৱে ঘৰৰ ভিতৰতে অনিষ্ট বহু সামগ্ৰী

হৰেন বৰুৱা নামৰ লোকজনৰ বাসগৃহত এই ঘটনা

প্ৰায় ডেৰ মাহ ধৰি অত্যাচাৰ কৰি সামগ্ৰী অনিষ্ট অদৃশ্য শক্তিৰ

এতিয়াও জানিব পৰা হোৱা নাই ঘটনাৰ প্ৰকৃত কাৰণ

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সময়ত এইবোৰ সম্ভৱনে?

আনকি কোনো কাৰণ অবিহনে ঘৰৰ ভিতৰত হঠাৎ কৰে বৃহৎ শব্দ, ইলেকট্ৰিক বাল্ব খুলি পৰা, জ্বলি থকা গেছ নুমাই যোৱা,  ইলেকট্ৰিকেল সামগ্ৰী চিঙি ভাঙি পেলোৱা, ঘৰৰ ভিতৰত নিজে নিজে পানী পৰা আদি ঘটনা সংঘটিত হৈছে ৷ চুবুৰীয়াৰো একেই অভিযোগ কোনো অদৃশ্য শক্তিয়ে বাহ লৈছে ঘৰখনত৷ আৰক্ষীয়েও উলিয়াব পৰা নাই ঘটনাৰ একো শুং সুত্ৰ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.