অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

পশ্চিমবংগৰ বক্সিৰহাটত সক্ৰিয় বোমা উদ্ধাৰ, বিজেপি সভানেত্ৰীৰ ঘৰৰ কাষত উদ্ধাৰ বোমা দুটা

পশ্চিমবংগৰ বক্সিৰহাটত সক্ৰিয় বোমা উদ্ধাৰ

দুটাকৈ বোমা উদ্ধাৰৰ পাছতেই হুৱা-দুৱা পৰিৱেশ

বিজেপি সভানেত্ৰীৰ ঘৰৰ কাষত উদ্ধাৰ বোমা দুটা

বক্সিৰহাটৰ শালবাৰী ২নং গাঁও পঞ্চায়তত এই ঘটনা

ঘটনাত তৃণমূল কংগ্ৰেছৰ সদস্য জড়িতৰ সন্দেহ

উল্লেখ্য যে, শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ১৩খন আসনৰ ভিতৰত ১০খনতেই জয়লাভ কৰে বিজেপি। মাত্ৰ ৩খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছিল তৃণমূল কংগ্ৰেছ। ১০ আগষ্টত বিজেপি বোৰ্ড গঠন কৰিব। তাৰ পূৰ্বে ৮ আগষ্টত বক্সিৰহাট আৰক্ষী উদ্ধাৰ কৰে বোমা দুটা। বোৰ্ড গঠনৰ পূৰ্বে বিজেপি সভানেত্ৰীৰ ঘৰৰ কাষত বোমা উদ্ধাৰ হোৱা ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.