অসমবিজ্ঞানবিশ্ব

ফ্ৰান্সৰ ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত হ’ল ধেমাজি বৰদলনীৰ জীয়ৰী প্ৰিয়ংকা দাস ৰাজকাকতি

ফ্ৰান্সৰ ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত হ'ল ধেমাজি বৰদলনীৰ জীয়ৰী প্ৰিয়ংকা দাস ৰাজকাকতি

ফ্ৰান্স ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মানাৰ্থে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ই আয়োজন কৰা ৰাজকীয় নৈশ ভোজলৈ নিমন্ত্ৰিত হৈছে এগৰাকী অসমীয়া জীয়ৰী৷ ৰাজভোজলৈ নিমন্ত্ৰিত হ’ল ধেমাজি জিলাৰ বৰদলনীৰ জীয়ৰী তথা সম্প্ৰতি পেৰিছত মহাকাশ বিজ্ঞানী হিচাপে কৰ্মৰত প্ৰিয়ংকা দাস ৰাজকাকতি৷

বিভিন্ন ক্ষেত্ৰৰ বচা বচা ২৫০গৰাকী অতিথিক নিমন্ত্ৰণ কৰা এই নৈশ ভোজলৈ অসম কন্যা প্ৰিয়ংকাইও নিমন্ত্ৰণ লাভ কৰাত ধেমাজিবাসীৰ লগতে গৌৰাম্বিত অসমবাসী। উল্লেখ্য যে ৰাজভোজত উপস্থিত থকাৰ সময়ত প্ৰিয়ংকাই পৰিধান কৰে অসমীয়া ‘মেখলা চাদৰ’।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.