leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

দুৰ্নীতিত লুতুৰি-পুতুৰি সাংবাদিকসহ RTI কৰ্মী…

১০৫ কোটি টকীয়া SCERT কেলেংকাৰিত জড়িতৰ অভিযোগত সাংবাদিকক গ্ৰেপ্তাৰ

দুৰ্নীতিত লুতুৰি-পুতুৰি সাংবাদিকসহ RTI কৰ্ম।  ১০৫ কোটি টকীয়া SCERT কেলেংকাৰিত জড়িতৰ অভিযোগত সাংবাদিকক গ্ৰেপ্তাৰ।
সাংবাদিক দুগৰাকী পূজা দাস, ভাস্কৰজ্যোতি হাজৰিকা
গ্ৰেপ্তাৰ কৰা হৈছে RTI কৰ্মী ৰবিজিৎ গগৈকো
মাইনা শইকীয়া ওৰফে অনুপ নামৰ এজনকো গ্ৰেপ্তাৰ
ভাস্কৰজ্যোতি হাজৰিকাই লৈছিল ৪ লাখ টকা
পূজা দাসে লৈছিল ৮.৭০ লাখ
অনুপ শইকীয়াই লৈছিল ৫০ লাখ
ৰবিজিৎ গগৈয়ে লৈছিল ৮৩ লাখ
মূল অভিযুক্ত শেৱালি শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ আটাইকে
বহু সাংবাদিক, RTI কৰ্মী শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.