অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অভয়াপুৰীত ভূ মাফিয়াৰ দপদপনি, প্ৰায় ৫০ বছৰৰ পৰা শ্মশান হিচাপে ব্যৱহাৰ কৰি অহা ভূমি দখল কৰিলে কোনো দুষ্ট চক্ৰই

শ্মশানখন জনসমাগমৰ পৰা কিছু নিলগত অৱস্থিত বাবে নিশাৰ ভিতৰতেই কোনোলোকে শ্মশানখনৰ ভূমি বেদখল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

অভয়াপুৰীত ভূ মাফিয়াৰ দপদপনি।

এইবাৰ শ্মশানৰ ভূমি দখল কৰিলে বেদখলকাৰীয়ে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী উত্তৰ শালমাৰা গাও পঞ্চায়তৰ অন্তৰ্গত বালাবাৰী ৪ৰ্থ খণ্ডত।

বিগত প্ৰায় ৫০ বছৰৰ পৰা শ্মশান হিচাপে ব্যৱহাৰ কৰি অহা ভূমি দখল কৰিলে কোনো দুষ্ট চক্ৰই।

উক্ত শ্মশানখন সমীপৰ৩/৪ খন গাওৰ ৰাইজে ব্যৱহাৰ কৰি আহিছিল।

শ্মশানখন জনসমাগমৰ পৰা কিছু নিলগত অৱস্থিত বাবে নিশাৰ ভিতৰতেই কোনোলোকে শ্মশানখনৰ ভূমি বেদখল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ পাছতে বেদখলকাৰী বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাইজৰ।

শ্মশানৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰি দিবলৈ প্ৰশাসনক আহ্বান স্থানীয়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.