অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

চাপৰৰ বহলপুৰত ড্ৰাগ্ছবিৰোধী অভিযান, কোৰিয়াৰ চাৰ্ভিছৰ বাহনৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰী

ৰাজ্যত তীব্ৰতৰ হৈছে ড্ৰাগ্ছবিৰোধী অভিযান

চাপৰৰ বহলপুৰত ড্ৰাগ্ছবিৰোধী অভিযান

কোৰিয়াৰ চাৰ্ভিছৰ বাহনৰ পৰা জব্দ নিচাজাতীয় সামগ্ৰী

জব্দ ২৭ কাৰ্টন নিচাজাতীয় কফ চিৰাপৰ বটল

জব্দ ২ হাজাৰতকৈও অধিক নিচাজাতীয় টেবলেট

বঙাইগাঁৱৰ পৰা বহলপুৰৰ টটপাৰালৈ আহিছিল বাহনখন

অভিযানত আটক বাহনখনৰ চালক-হেণ্ডিমেন

জব্দকৃত বাহনখনৰ নম্বৰ AS-19AC-4338

নিষিদ্ধ নিচা জাতীয় সামগ্রীখিনিৰ বজাৰ মূল্য প্ৰায় ১২ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে। ইতিমধ্যে অধিক তথ্যৰ বাবে ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.