অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসমলৈ দৈনিক সৰবৰাহ বহিঃৰাজ্যৰ ব্ৰয়লাৰ, পথ সলনি কৰি সৰবৰাহৰ চেষ্টা একাংশৰ

কচুগাঁৱত ৭খন, গুৰুফেলাত ৫খন বাহন জব্দ। মুঠ ১২খন ব্ৰয়লাৰভৰ্তি বাহন জব্দ আৰক্ষীৰ।

অসমলৈ দৈনিক সৰবৰাহ বহিঃৰাজ্যৰ ব্ৰয়লাৰ।

পথ সলনি কৰি সৰবৰাহৰ চেষ্টা একাংশৰ।

কচুগাঁও, গুৰুফেলাত জব্দ ব্ৰয়লাৰভৰ্তি বাহন।

কচুগাঁৱত ৭খন, গুৰুফেলাত ৫খন বাহন জব্দ।

মুঠ ১২খন ব্ৰয়লাৰভৰ্তি বাহন জব্দ আৰক্ষীৰ।

ৰাইজৰ অভিযোগ অসম বংগ সীমান্তৰ বিভিন্ন গোপন পথেৰে দালালে গোপনে বংগৰ পৰা অসমলৈ অব্যাহত ৰাখিছে ব্ৰয়লাৰ সৰবৰাহ। ব্ৰয়লাৰ মুৰ্গী সৰবৰাহত বৃহৎ ছিণ্ডিকেট চক্ৰ জড়িতৰ সন্দেহ সচেতন ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.