অসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

ভাল খবৰ ! ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী আলিছা ফাৰহান

ৰ'ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী আলিছা ফাৰহান

এটা ভাল খবৰ। ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ জীয়ৰী। ৰ’ল বল বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে যোৰহাটৰ আলিছা ফাৰহানে। ২৬ এপ্ৰিলৰ পৰা পুনেত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলত তালিকাভুক্ত হৈছে অসমৰ আন এগৰাকী খেলুৱৈ অনুৰাগ বাছফৰো।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + five =

Back to top button