অসমখেলগুৱাহাটীভাৰতমনোৰঞ্জন

উদুলি-মুদুলি গুৱাহাটী! সাজু অসমবাসী! পিছে আপুনি কোনটো দলৰ সমৰ্থক? ৰাজস্থান ৰয়েলছ নে পাঞ্জাৱ কিংছ?

৫ তাৰিখে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব IPL।

উদুলি-মুদুলি গুৱাহাটী। সাজু বৰ্ষাপাৰা।

৫ তাৰিখে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব IPL।

গুৱাহাটীত উপস্থিত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ।

মহানগৰীৰ ৰেডিছন ব্লু’ত বাহৰ পাতিব ৰাজস্থান ৰয়েলছে আৰু হোটেল ভিভাণ্টাত বাহৰ পাতিব টীম পাঞ্জাৱে।

ইতিমধ্যে হোটেল পালেহি দলটোক অনা-নিয়া দুখনকৈ বিশেষ বাছ।

লগতে আছে দলটোৰ সা-সামগ্ৰী কঢ়িয়াবলৈ লাগেজ ভান।

দিল্লীৰ পৰা বিমান যোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা পিছত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা মাজত পোনে পোনে তাজ হোটেললৈ লয় যোৱা হয় অফিচিয়েল দলটিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.