অপৰাধঅসমআঞ্চলিকগুৱাহাটী

মহানগৰীত নিশা ঘৰৰ ভিতৰতে পিতৃক প্ৰহাৰ সুৰামত্ত কন্যাৰ

মহানগৰীত এতিয়া সুৰামত্ত যুৱক নহয় যুৱতীৰ তাণ্ডৱ। নিশা ঘৰৰ ভিতৰতে পিতৃক প্ৰহাৰ সুৰামত্ত কন্যাৰ। কন্যাৰ প্ৰহাৰত আহত পিতৃয়ে চানমাৰী থানাত কন্যাৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ

মহানগৰীত এতিয়া সুৰামত্ত যুৱক নহয় যুৱতীৰ তাণ্ডৱ৷ বিলাসীতা জীৱন উপভোগ কৰি পাহৰি পেলাইছে নিজৰ সমাজৰ প্ৰতি থকা দায়িত্ব৷

নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীত৷ চানমাৰীত নিচাসক্ত যুৱতীৰ উদ্ভণ্ডালি। মাজনিশা ঘৰৰ ভিতৰতে নিজ পিতৃক প্ৰহাৰ যুৱতীগৰাকীৰ।

কন্যাৰ প্ৰহাৰত আহত পিতৃয়ে চানমাৰী থানাত কন্যাৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ। অভিযোগৰ ভিত্তিত যুৱতী গৰাকীৰ ঘৰত উপস্থিত হয় চানমাৰী আৰক্ষী।

ঘৰলৈ আৰক্ষী অহাত অট্টালিকাৰ ওপৰৰ পৰা জঁপিয়াই আত্মহননৰ ভাবুকি দিয়ে যুৱতীগৰাকীয়ে।

আৰক্ষীয়ে যুৱতীগৰাকী নিচাসক্ত অৱস্থাত থকাৰ সন্দেহ কৰিছে । পিছত অগ্নি আৰু আপদকালিন বিভাগৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.