অসমআঞ্চলিকৰাজনৈতিক

“বদৰুদ্দিন আজমলৰ কি লীলা বৰ্তমানেও বুজিব পৰা নাই” – সুভাষ দত্ত

ঈদত গৰু কুৰবানিক লৈ বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ বিস্ফোৰক মন্তব্য

ঈদত গৰু কুৰবানিক লৈ বদৰুদ্দিন আজমলে কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ বিস্ফোৰক মন্তব্য৷

গৰুৰ সলনি অন্য জন্তু কুৰবানি দিয়াৰ আহ্বান জনাইছিল আজমলে। সেই মন্তব্যৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি প্ৰতিক্ৰিয়াৰ৷

দেশৰ ধৰ্মীয় আবেগৰ সৈতে গৰু জড়িত বুলি মন্তব্য কৰিছিল আজমলে। আজমলৰ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই৷

“বদৰুদ্দিন আজমলে বহু সময়ত গো-মাংস উপহাৰ হিচাপে দিয়ে মুছলমান সম্প্ৰদায় লোকক, গতিকে তেঁওৰ মুখত গৰুক কুৰবানি নিদিয়াৰ কথা শোভা নাপায়”- সুভাষ দত্ত

বদৰুদ্দিন আজমলৰ কি লীলা বৰ্তমানেও বুজিব পৰা নাই।বদৰুদ্দিনক বিশ্বাসত ল’ব নোৱাৰি। ঈদৰ দিনাহে গম পোৱা যাব গৰু কুৰবানী দিয়ে নে নিদিয়ে। এই মন্তব্য বিজেপি মুখপাত্ৰ সুভাষ দত্তৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.