অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

পুনৰ এগৰাকী আলফা সদস্যৰ আত্মসমৰ্পণ

আত্মসমৰ্পণৰ সময়ত এটা AK47 আৰু এটা হেণ্ডগ্ৰেণেড আৰক্ষীক জমা দিয়ে আলফা সদস্য গৰাকীয়ে ৷

  • উজনিত পুনৰ এগৰাকী আলফা সদস্যৰ আত্মসমৰ্পণ ৷
  • উজনি অসমৰ DIG জিতমল দলে আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ ওচৰত আত্মসমৰ্পণ আলফা সদস্য গৰাকীৰ৷
  • আত্মসমৰ্পন কৰা আলফা সদস্যজনৰ নাম টিলকাই নেওগ উৰফে ধুনী অসম ৷
  • আত্মসমৰ্পণৰ সময়ত এটা AK47 আৰু এটা হেণ্ডগ্ৰেণেড আৰক্ষীক জমা দিয়ে আলফা সদস্য গৰাকীয়ে ৷
  • সদস্য গৰাকীৰ ঘৰ কাকপথাৰৰ হাতীগড়ত বুলি জানিব পৰা গৈছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 19 =

Back to top button