অসমআঞ্চলিকৰাজনৈতিক

বকোত প্ৰাক্তন ছাত্ৰ নেতাৰ মৃত্যু!

জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু নিৰ্মল ৰাভাৰ

◾বকোত প্ৰাক্তন ছাত্ৰ নেতাৰ মৃত্যু৷

◾জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু নিৰ্মল ৰাভাৰ৷

◾সদৌ গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল নিৰ্মল ৰাভা৷

◾ৰাতিপুৱা শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসালয়ত৷

◾নিৰ্মল ৰাভাৰ মৃত্যুৰ খবৰে সমগ্ৰ বকো অঞ্চলত শোকৰ ছাঁ পেলাইছে৷

◾আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য , সভাপতি দিপাংকৰ নাথ দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থা বকো আঞ্চলিক যুৱক সংঘ, জিলমিল ডাণ্স এণ্ড এক্টিং ফ্লোৰৰ লগতে বকোৰ প্ৰেছ ক্লাৱে শোক প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button