অপৰাধঅসমগুৱাহাটী

বাৰ্থডে পাৰ্টীয়ে কাল হ’ল! মহানগৰীত ৰহস্যজনকভাবে উদ্ধাৰ যুৱকৰ মৃতদেহ, হত্যা লে দুৰ্ঘটনা?

ঘটনা সন্দৰ্ভত সোধপোচৰ বাবে আটক ৩ যুৱকক

◾ শিলপুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

◾ উদ্ধাৰকৃত মৃতদেহটো হাউছিং কলনিৰ মনজিৎ ডেকাৰ

◾ নিশা বাৰ্থডে পাৰ্টীৰ পৰা আহিছিল যুৱকজন

◾ সুৰামত্ত অৱস্থাত থকাৰ সন্দেহ মৃত যুৱকজন

◾ ঘটনা সন্দৰ্ভত সোধপোচৰ বাবে আটক ৩ যুৱকক

◾ আটক মৃদুল দাস, জয়ন্ত হালৈ আৰু উদয়শংকৰ ধৰ

◾ চানমাৰি থানাত জেৰা অব্যাহত ৩ যুৱকক

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.