ভাৰতমনোৰঞ্জন

মুকেশ আম্বানীকো চেৰ পেলালে কোন হ’ল এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি?

কেৱল দেশৰ ভিতৰতে নহয় এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হ'ল আদৰ্শবাদপুষ্ট ব্যৱসায়ী তথা উদ্যোগপতি গৌতম আদানী

অভিলেখ সৃষ্টি কৰিলে গৌতম আদানীয়ে। কেৱল দেশৰ ভিতৰতে নহয় এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হ’ল আদৰ্শবাদপুষ্ট ব্যৱসায়ী তথা উদ্যোগপতি গৌতম আদানীয়ে। ভাৰতৰ আটাইতকৈ সম্পদশালী ব্যক্তি মুকেশ আম্বানীকো চেৰ পেলালে আদানীয়ে।

আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্লুমবাৰ্গ বিলিয়ৰ্নাচৰ এক সমীক্ষা অনুসৰি গৌতম আদানীৰ ৰ্বতমানৰ সম্পত্তিৰ পৰিমাণ মুকেশ আম্বানীতকৈ ৯০ হাজাৰ কোটি টকা অধিক। ব্লুমবাৰ্গৰ মতে মুকেশ আম্বানীৰ সম্পত্তি ৮৭০০ কোটি ডলাৰ বিপৰীতে আদানিৰ সম্পত্তি হৈছে ৮৮ হেজাৰ কোটি টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.