জীৱনশৈলীজ্যোতিৰ্বিজ্ঞানদৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকপৰ্যটনবতৰবিশ্বভাৰতমনোৰঞ্জনস্বাস্থ্য

বছৰত মাত্ৰ এবাৰ দুঘন্টাৰ বাবে ফুলে এই ফুলপাহ! দেখা মাত্ৰকে ভাগ্য সলনি হৈ যাব আপোনাৰ…

এই ফুলবিধ অকল ভাগ্যৱান সকলেহে ফুলি থকা দেখিবলৈ পায়। আৰু যিজনে দেখে তেওঁ সুখ আৰু ধন-সম্পত্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়

আপুনি ব্ৰহ্ম কমলৰ নাম শুনিছেনে?

বছৰত মাত্ৰ এবাৰ দুঘন্টাৰ বাবে ফুলে এই ফুলপাহ! দেখা মাত্ৰকে ভাগ্য সলনি হৈ যাব আপোনাৰ...

ব্ৰহ্মকমলৰ অৰ্থ হৈছে ‘ব্ৰহ্মাৰ পদ্ম’। এই ব্ৰহ্ম কমল হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ এবিধ অন্যতম পৱিত্ৰ ফুল। এই ফুলবিধ অকল ভাগ্যৱান সকলেহে ফুলি থকা দেখিবলৈ পায়। আৰু যিজনে দেখে তেওঁ সুখ আৰু ধন-সম্পত্তি লাভ কৰে বুলি বিশ্বাস কৰা হয়।

 

 

হিন্দু ধৰ্ম অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী বিষ্ণুৰ পাঁচটা পৱিত্ৰ ফুলৰ ভিতৰত (পঞ্চ-কমলা) অন্যতম বুলি কোৱা হয়। ভাগৱতৰ মতে, ব্ৰহ্মকমলে পৰম সৌন্দৰ্য্য আৰু সিদ্ধতাক প্ৰতিনিধিত্ব কৰে। তদুপৰি ব্ৰহ্ম কমল পৰমাত্মা আৰু ঈশ্বৰৰ আধ্যাত্মিক শক্তিৰ প্ৰতীক। হিন্দু ধৰ্মত ব্ৰহ্মকমলক সকলো ফুলৰ ভিতৰত শুভ ফুল হিচাপে গণ্য কৰা হয়। ই পবিত্ৰতা আৰু ঐশ্বৰিকতাৰ প্ৰতীক। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ব্ৰহ্ম কমলত স্বয়ং ব্ৰহ্মাৰ সৃষ্টি হৈছিল। যিয়ে শূন্যতাৰ পৰা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়।

 

 

 

বছৰত মাত্ৰ এবাৰ দুঘন্টাৰ বাবে ফুলে এই ফুলপাহ! দেখা মাত্ৰকে ভাগ্য সলনি হৈ যাব আপোনাৰ...

বৌদ্ধ পৰম্পৰাত ব্ৰহ্মকমলক “সকলো ফুলৰ ফুল” বা “দশৱতাৰা” বুলিও কোৱা হয়। কিয় ইমান বিশেষ এই ফুলবিধ? অত্যন্ত সুগন্ধিযুক্ত এই ফুলবিধ কেৱল উত্তৰাখণ্ডতহে পোৱা যায়।বছৰত মাত্ৰ এবাৰ ফুলা ব্ৰহ্মকমল অতি ভাগ্যবান লোকেহে দেখিবলৈ পায়।

 

বছৰত মাত্ৰ এবাৰ দুঘন্টাৰ বাবে ফুলে এই ফুলপাহ! দেখা মাত্ৰকে ভাগ্য সলনি হৈ যাব আপোনাৰ...

কাৰণ এটা বছৰত কোনোবা এদিন সূৰ্যাস্তৰ পাছত মাত্ৰ দুঘন্টাৰ বাবেহে ফুলে এই ফুলবিধ। সেয়েহে বহ্মকমল দেখা মাত্ৰকে ভাগ্যই সলনি হৈ যায় বুলি কোৱা হয়। তাৰোপৰি বিভিন্ন ঔষধিক গুণেৰেও সমৃদ্ধ এইবিধ ফুল। কেঞ্চাৰৰ পৰা যৌন সমস্যালৈকে বহু বেমাৰৰ মহৌষধ হৈছে ব্ৰহ্মকমল।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button