অসমগুৱাহাটীদৈনিক বাতৰি

পাণবজাৰ মহিলা থানাত নিশা কটালে সংগীতাই , সাধাৰণ অপৰাধীৰ দৰেই থানাত ৰখা হ’ল সংগীতাক

পাণবজাৰ মহিলা থানাত নিশা কটালে সংগীতাই , সাধাৰণ অপৰাধীৰ দৰেই থানাত ৰখা হ’ল সংগীতাক

অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক সংগীতা দত্তক

অসম-মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে সংগীতাক

পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসকগৰাকীক

ৰিভয় জিলাৰ আমচিং এলেকাৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ

ধীৰেনপাৰা চিকিৎসালয়ত সম্পন্ন কৰা হয় স্বাস্থ্যপৰীক্ষা

পিছত ডাঃ সংগীতাক নিয়া হয় পাণবজাৰ মহিলা থানালৈ

নিশাটো পাণবজাৰ মহিলা থানাতে ৰখা হয় সংগীতাক

শিশু নিৰ্যাতনৰ মূল অভিযুক্ত চিকিৎসকগৰাকী

সংগীতাৰ স্বামী ডাঃ ৱালিউল ইছলাম আছে আৰক্ষী জিম্মাত

বনকৰা মহিলা লক্ষী ৰায় সম্প্ৰতি ন্যায়িক জিম্মাত

সংগীতা দত্তক আজি হাজিৰ কৰোৱা হ’ব CJM আদালতত

ADCP নন্দিনী কাকতৰি নেতৃত্বত গ্ৰেপ্তাৰ সংগীতা দত্তক

পাণবজাৰ মহিলা থানাত নিশা কটালে সংগীতাই

সাধাৰণ অপৰাধীৰ দৰেই থানাত ৰখা হ’ল সংগীতাক

নিশা থানাত উদ্ভণ্ডালি সংগীতা দত্তৰ

আইনা, ফনী, মেকাপৰ সামগ্ৰী বিচাৰি থানাত হুলস্থূল

শ্লিপিং টেবলেট বিচাৰিও আৰক্ষী থানাত হাহাকাৰ

ওৰে নিশা থানাত উজাগৰে কটালে ডাঃ সংগীতাই

পুৱা সংগীতাক চাহ-বিস্কুট যোগান ধৰে আৰক্ষীয়ে

পল্টনবজাৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব সংগীতা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.