Socialঅসম

গুৱাহাটীত মুকলি হʼল JIOৰ 5Gসেৱা

আজিৰ পৰা jio ব্যৱহাৰকাৰীসকললৈ jio welcome অফাৰলৈ আমন্ত্ৰণ

জনতা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এই সেৱা। প্ৰথমবাৰৰ বাবে গুৱাহাটীত মুকলি JIOৰ 5Gসেৱা। আজিৰ পৰা jio ব্যৱহাৰকাৰীসকললৈ jio welcome অফাৰলৈ আমন্ত্ৰণ জনোৱা হব। ফলত কোনো অতিৰিক্ত খৰছ নোহোৱাকৈ 1 GPS পৰ্যন্ত গতিবেগৰ unlimited data লাভ কৰিব। ইয়াৰ উপৰিও কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা সকলো ভক্তক বিনামূলীয়াকৈ true 5G চালিত wifiসেৱা আগবঢ়োৱাৰ সিদ্ধান্ত jioৰ।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.