Assamleatest updateSocial

৭আগষ্টত দিল্লীত National Handloom Day উপলক্ষে দিল্লীত উপস্থিত অসমৰ তিনিগৰাকী শিপিনী।

অনুষ্ঠানত উপস্থিত থাকি কি ক'লে শিপিনীকেইগৰাকীয়ে।

৭আগষ্টত দিল্লীত National Handloom Day উপলক্ষে ministry of handloom and textileৰ ফালৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল অসমৰ তিনিগৰাকী শিপিনী। শিপিনীকেইগৰাকী United way Mumbai নামৰ প্ৰতিষ্ঠানটোৰ সৈতে জৰিত।

৭আগষ্টত দিল্লীত National Handloom Day উপলক্ষে দিল্লীত উপস্থিত অসমৰ তিনিগৰাকী শিপিনী।

প্ৰতিষ্ঠানটোৱে ভাৰতৰ চাৰিখন ৰাজ্য ক্ৰমে উত্তৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, আৰু অসমৰ সৈতে মহিলা সৱলিকৰণৰ ওপৰত কাম কৰি আহিছে। ৭আগষ্টত দিল্লীত অনুষ্ঠিক হোৱা National handloom Dayত ৩০০ৰো অধিক শিপিনীৰ সৈতে উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰাৰ কথা প্ৰকাশ কৰে। Handloom Dayত বিশেষ অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

৭আগষ্টত দিল্লীত National Handloom Day উপলক্ষে দিল্লীত উপস্থিত অসমৰ তিনিগৰাকী শিপিনী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button