দুৰ্ঘটনা

অন্ধ্ৰপ্ৰদেশত অঘটন, এমোনিয়া গেছ নিৰ্গত হৈ অসুস্থ ২ শতাধিক মহিলা শ্ৰমিক…

পোৰাছ লেবৰেটৰীৰ পৰা নিৰ্গত হোৱা এমনিয়া গেছৰ বাবে অসুস্থ হৈ পৰে কোম্পানীত কৰ্মৰত ২ শতাধিক মহিলা শ্ৰমিক। চকুৰ পুৰণি, মূৰৰ বিষৰ লগতে বমি হয় মহিলাসকলৰ। অচেতন হৈ পৰে কেইবাগৰাকী মহিলা।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অঘটন। পশু চিকিৎসা ঔষধ কোম্পানীৰ পৰা নিৰ্গত হোৱা গেছৰ ফলত অসুস্থ হৈ পৰে এটা এপাৰেল ফাৰ্মত কৰ্মৰত প্ৰায় ২০০ গৰাকী মহিলা শ্ৰমিক।

 

 

পোৰাছ লেবৰেটৰীৰ পৰা নিৰ্গত হোৱা এমোনিয়া গেছৰ বাবে অসুস্থ হৈ পৰে কোম্পানীত কৰ্মৰত ২ শতাধিক মহিলা শ্ৰমিক। চকুৰ পুৰণি, মূৰৰ বিষৰ লগতে বমি হয় মহিলাসকলৰ। অচেতন হৈ পৰে কেইবাগৰাকী মহিলা।

 

 

অসুস্থ হৈ পৰা মহিলাসকলক ২০খন এম্বুলেন্সেৰে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়। পৰৱৰ্তী সময়ত কোম্পানীটোৰ পৰা নিৰ্গত হোৱা গেছ ৰোধিবৰ বাবে উপস্থিত হয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.