অসমজন্তুবন্যপ্ৰাণী

ৰতনপুৰত উদ্ধাৰ দুস্পাপ্য বনৰৌ

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয় বনৰৌটো

ৰতনপুৰত দুস্পাপ্য বনৰৌ উদ্ধাৰ।

বৃহস্পতিবাৰে পুৱা পূৰ্বৰ ডি এফ অ ৰঞ্জিত কোঁৱৰে বনৰৌটোৰ বিৰুদ্ধে তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু হিচাপে খ্যাত সৌৰভ বৰকটকীক খৱৰ দিয়ে। খৱৰৰ ভিত্তিত সৌৰভ বৰকটকীয়ে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ প্ৰকৃতি প্ৰেমী যুৱক চন্দন শৰ্মাক বনৰৌটোৰ সন্দৰ্ভত সবিশেষ খৱৰ দিয়াত যুৱক গৰাকীয়ে ততাতৈয়াকৈ দিপলোঙা বনাঞ্চলিক বিষয়াৰ লগত যোগাযোগ কৰি ক্ষিপ্ৰতাৰে উক্ত স্থানত উপস্থিত হয়। স্থানীয় ৰাইজে নিশা বনৰৌটো উদ্ধাৰ কৰি আজি দিপলোঙা আঞ্চলিক বন বিষয়াক চমজাই দিয়ে।

জামুগুৰিহাটৰ ৰতনপুৰৰ পৰা দিপলোঙা বনাঞ্চলিক বিষয়াই আজি বনৰৌটো চমজি লৈ চিজুচাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.