Socialআন্তঃৰাষ্ট্ৰীয়জন্তুবন্যপ্ৰাণীবিশ্ব

আজি বিশ্ব হস্তী দিৱস। কিন্তু বিশ্বত আজি কিমান সুৰক্ষীত হাতী?

১০ লাখ হাতীৰ ভিতৰত বৰ্তমান ৩০ হাজাৰ হাতী ৰৈছেগৈ

আজি বিশ্ব হস্তী দিৱস। কিন্তু বিশ্বত কিমান সুৰক্ষীত হাতী?

মানুহৰ মাজত এছিয়া আৰু আফ্ৰিকাৰ হাতীৰ দুৰ্দশাৰ প্ৰতি মনোযোগ আকৰ্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে ১২ আগষ্ট দিনটোক বিশ্ব হস্তী দিৱস হিচাপে পালন কৰি আহা হৈছে। ২০১২ চনৰ পৰা এই দিৱস পালন কৰি আহা হৈছে।

বৰ্তমান হাতী আৰু মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিলেও অতীজৰে পৰা হাতী মানুহৰ মাজত আছে এক নিবিড় সম্পৰ্ক

২০১৭ চনত ভাৰতত শেষবাৰৰ বাবে হাতীৰ গণনা কৰা হৈছিল। সেই সময়ৰ হাতীৰ গণনা অনুসৰি ভাৰতত মুঠ ৩০ হাজাৰ হাতী আছে কিন্তু ক্ৰমশঃ এই সংখ্যা হ্ৰাস পাই আহিছে। এটা দশক আগতে দেশত আছিল ১০ লাখ হাতী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.