Covid-19Socialকেৰালাস্বাস্থ্য

২দিনৰ বাবে সম্পূৰ্ণ লকডাউন কেৰালাত

কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কৰ’নাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেৰালা চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

২দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হ’ল কেৰালাত। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়াই কেৰালাত ঘোষণা ঘোষণা কৰে সম্পুৰ্ণ লকডাউন।

উল্লেখ্য যে, কেৰালাত পুনৰ লক্ষ্যণীয় হাৰত বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.