অসমজন্তুবন্যপ্ৰাণী

বন্যহস্তীৰ তয়াময়া যুজঁ! আতংকিত গাঁওবাসী

বন্যহস্তীৰ যুজঁ চাবলৈ অঞ্চলটোত ভিৰ বহু লোকৰ

নুমলীগড়ৰ চেচাঁ বিল জনাঞ্চলত দুটা বন্যহস্তীৰ তয়াময়া যুজঁ। আতংকিত হৈ পৰে গাঁওবাসী।

সমগ্ৰ অঞ্চলটোত দীৰ্ঘদিনে অব্যাহত আছে হাতী মানুহৰ সংঘাত। শেহতীয়াকৈ নুমলীগড়ৰ চেঁচাবিল অঞ্চলত বন্যহস্তীয়ে দিনে নিশাই চলাইছে ত্ৰাস। লগতে দুটা বন্যহস্তীৰ তয়াময়া যুজঁ দেখি আতংকিত হৈ পৰিছে গাঁওবাসী।

অঞ্চলটোত হোৱা বন্যহস্তীৰ যুজঁ চাবলৈ অঞ্চলটোত ভিৰ কৰে বহু লোকে। স্থানীয় লোক সকলে হাতী কেইটা খেদি পঠাবলৈ চেষ্টা কৰে যদিও বাৰে বাৰে বিফল হয়।

উল্লেখ্য যে, খবৰ দিয়াৰ পিছতো বন বিভাগৰ লোকে হাতী খেদিবলৈ উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.