অপৰাধঅসমঅসম আৰক্ষী

মহিলাৰ পেটৰ পৰা ওলাল লক্ষাধিক টকাৰ ড্ৰাগছ..

এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী মহিলাৰ পেটৰ পৰা ওলাল চাবোনৰ বাকচত ড্ৰাগছ

লখিমপুৰত মহিলাৰ পেটৰ পৰা ওলাল প্ৰায় তিনি লক্ষাধিক টকা মুল্যৰ ড্ৰাগছ

এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী মহিলাৰ পেটৰ পৰা ওলাল চাবোনৰ বাকচত ড্ৰাগছ।

বান্দৰদেৱা আৰক্ষী আৰু পথালিপাহাৰ স্থানীয় ৰাইজৰ হাতত ধৰা পৰিল ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এগৰাকী মহিলা আৰু এজন পুৰুষ।

লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্ত বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত পথালি পাহাৰত ড্ৰাগছ সৰবৰাহ কৰিবলৈ অহা বান্দৰদেৱাৰ ২ নং পাৰ্বতিপুৰৰ উষালতা দলে আৰু বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বদতিৰ বনমালি কুটুমৰ পৰা ২৫.৫০ গ্ৰাম হেৰ’ইন সহ দুটা ম’বাইল ফোন আৰু AS 07D 6544 নম্বৰৰ অল্ট’বাহন জব্দ কৰিবলৈ সক্ষম হয়।

বান্দৰদেৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপন গগৈৰ নেতৃত্বত চলা এই ড্ৰাগছ বিৰোধী অভিযানত এনেদৰেই উষালতা দলে নামৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীৰ পেটৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ হেৰ’ইন।  হেৰ’ইনসমূহ বজাৰ মুল্য প্ৰায় তিনি লক্ষাধিক টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.