অসমদৈনিক বাতৰিভাৰত

শ্ৰেষ্ঠ নিৰ্বাচনী অনুশীলন- ২০২১ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়ে

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়ে অসম বিধান সভা নিৰ্বাচন, ২০২১ৰ 'নিৰ্বাচনী ব্যৱস্থাপনা'ৰ বাবে 'শ্ৰেষ্ঠ প্ৰদৰ্শিত ৰাজ্য'ৰ অধীনত শ্ৰেষ্ঠ নিৰ্বাচনী অনুশীলন- ২০২১ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে

অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়ে অসম বিধান সভা নিৰ্বাচন, ২০২১ৰ ‘নিৰ্বাচনী ব্যৱস্থাপনা’ৰ বাবে ‘শ্ৰেষ্ঠ প্ৰদৰ্শিত ৰাজ্য’ৰ অধীনত শ্ৰেষ্ঠ নিৰ্বাচনী অনুশীলন- ২০২১ৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

আজি নতুন দিল্লীৰ অশোকা হোটেলত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে ভাৰতৰ নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ, নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.