Educationজীৱনশৈলীভাৰত

বিহাৰত প্ৰথম গৰাকী মহিলাই DSP হোৱাৰ যোগ্যতা অৰ্জন কৰিলে

এগৰাকী ইছলাম ধৰ্মী যুৱতী DSP হ'ল বিহাৰত

কৰণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজত বিহাৰৰ প্ৰথম গৰাকী মহিলা  DSP হোৱাৰ যোগ্যতা অৰ্জন কৰে এগৰাকী ইছলাম ধৰ্মী যুৱতীয়ে৷

 ৰেজিয়া চুলতানা নামৰ মুছলিম যুৱতী গৰাকীয়ে সদ্য ঘোষিত বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত বিহাৰ আৰক্ষী সেৱা বিষয়া অথাৎ DSP  হিচাপে নিৰ্বাচিত হয়৷

 ৰেজিয়াৰ এই সফলতাত পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.