ভাৰত

বাবা ৰামদেৱক বয়কট কৰিলে মেডিকেল ষ্টুডেণ্ট ইউনিয়নে

যোগগুৰু বাবা ৰামদেৱক এইবাৰ বয়কট কৰিলে মেডিকেল ষ্টুডেণ্ট ইউনিয়নে৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰামদেৱে পতঞ্জলী সন্দৰ্ভত নিজৰ চাফাই গাবলৈ গৈ এল’পেথিক চিকিৎসা সম্পৰ্কক তিৰ্যক মন্তব্য কৰিছিল৷ ইয়াতে জাঙুৰ খাই উঠিল অখিল ভাৰতীয় চিকিৎসা ছাত্ৰ সন্থাই৷ সন্থাই যোগগুৰু গৰাকীক তীব্ৰ সমালোচনাই থকা-সৰকা কৰি বাবা ৰামদেৱক ক্ষমা খোজাৰ দাবী তোলে৷ ক্ষমা নোখোজা পৰ্যন্ত পতঞ্জলী প্ৰডাক্ট বয়কটৰ ঘোষণা চিকিৎসা ছাত্ৰ সন্থাৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − nine =

Back to top button