অভিনয়ভাৰত

নতুন চেহেৰাৰ লগত আহি আছে কপিল শৰ্মাৰ হাস্যমধুৰ অনুষ্ঠান

কপিলে নিজৰ সম্পূৰ্ণ দলটোৰ শ্বেয়াৰ কৰা এখন ফটোত দেখা গৈছে এখন জনপ্ৰিয় চেহেৰা

আকৌ আহি আছে কপিল শৰ্মাৰ হাস্যমধুৰ অনুষ্ঠান। এইবাৰ কপিলৰ দলত দেখা যাব পূৰ্বৰ কমেডীয়ান সকলৰ লগতে আন এখন জনপ্ৰিয় চেহেৰা।

সদ্যহতে কপিলে নিজৰ সম্পূৰ্ণ দলটোৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে। যিখন ফটোত নতুন চেহেৰা দেখিবলে পোৱা গৈছে। ফটোখনত কপিলৰ লগতে ভাৰতী সিং, চন্দন প্ৰভাকৰ, ক্ৰুষ্ণা অভিশেক, কিকু শাৰদাৰ লগতে দেখা গৈছে দেশৰ অন্য এগৰাকী জনপ্ৰিয় কমেডীয়ান সুদেশ লেহৰী।

অৱশ্যে অনুষ্ঠান কেতিয়াকৈ আৰম্ভণি কৰা হ’ব সেই বিষয়ে কোনো ধৰণৰ তথ্যা জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.