অসমআন্তঃৰাষ্ট্ৰীয়জীৱনশৈলীভাৰত

গুৰুগ্ৰামত উজলিল বাইহাটাৰ মহিলা

দুই সন্তানৰ মাতৃয়ে অৰ্জন  কৰিলে Mrs east India

গুৰুগ্ৰামত উজলিল অসমৰ মহিলা।

Mrs India Universe Pegentত খিতাপ অৰ্জন বাইহাটাৰ ডাঃ গীতুমণি শৰ্মাৰ।

বাইহাটা চাৰিআলিৰ দুই সন্তানৰ মাতৃয়ে অৰ্জন  কৰিলে Mrs east India আৰু Mrs beautiful hair খিতাপ। সদ্য সমাপ্ত গুৰুগ্ৰামত অনুষ্ঠিত  Mrs India Universe Pegent ত অসমৰ পৰা প্ৰতিনিধিত্ব কৰি এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলিৰ ডাঃ গীতুমণি শৰ্মাই।

অসমৰ প্ৰথমগৰাকী মহিলাই এই খিতাপ অৰ্জন কৰা  বুলিও জানিব পৰা গৈছে।

পেচাত এগৰাকী ASG  আই কেয়াৰ পল্টন বজাৰ, গুৱাহাটীৰ ৰেটিনা চাৰ্জন হৈয়ো এনে ধৰনৰ সফলতাই অঞ্চলটোলৈ  কঢ়িয়াই আনিছে গৌৰৱ। ডাঃ গীতুমণি শৰ্মা ৰেটিনা চাৰ্জনৰ এগৰাকী ভাল চিকিৎসক বুলিও সমাজত এটি সুনাম আছে।

এনে এগৰাকী কৰ্ম ব্যস্ত মহিলা হৈও এনে ধৰনৰ সফলতাই সচেতন মহলত বিশেষ চৰ্চা লাভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.