খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

পেৰা অলিম্পিকৰ পৰা ভাৰতলৈ আহিল প্ৰথমটো সোণৰ পদক

পেৰা অলিম্পিকত শ্বুটিঙত ভাৰতৰ ইতিহাসৰ প্ৰথমটো সোণৰ পদক

টকিঅ’ৰ পৰা আহিল ভাৰতলৈ সুখবৰ। টকিঅ’ত অনুষ্ঠিত হৈ থকা পেৰা অলিম্পিকৰ পৰা পুৱাই আহিছে এই সুখবৰটো।

পেৰা অলিম্পিকৰ পৰা ভাৰতে লাভ কৰিলে প্ৰথমটো সোণৰ পদক। এই গৌৰৱ জয় কৰিবলে সক্ষম হৈছে ১৯ বছৰীয়া অবনী লেখাৰাই।

মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিলে অবনী লেখাৰাই। এইয়া পেৰা অলিম্পিকত শ্বুটিঙত ভাৰতৰ ইতিহাসৰ প্ৰথমটো সোণৰ পদক। মুঠ ২৪৯.৬ পইন্টৰে সোণৰ পদক আজুৰিলে অবনীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.