খেলজীৱনশৈলীভাৰতমনোৰঞ্জন

কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নতুন হেয়াৰ ষ্টাইল ভাইৰেল!

খেলপথাৰৰ পৰা আঁতৰি অনুৰাগীসকলক কেশসজ্জাৰে মোহিছে ধোনীয়ে

কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নতুন নতুন হেয়াৰ ষ্টাইলত সকলোৱে হৈ পৰে ফিদা। মূহূৰ্ততে ভাইৰেল হৈ পৰে ধোনীৰ প্ৰতিটো হেয়াৰ ষ্টাইল। দীঘল চুলিৰ পিছত সম্পূৰ্ণ টকলা, তাৰোপৰি আন বিভিন্ন কেশ সজ্জা।

এইবাৰ আকৌ ভাইৰেল হৈ পৰিছে ধোনীৰ নতুন হেয়াৰ ষ্টাইল। হেয়াৰ ষ্টাইলিষ্ট আলীম হাকিমে শুকুৰবাৰে পুৱা তেখেতৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ধোনীৰ ফটো আপলোড কৰাৰ পাছতে ভাইৰেল হৈ পৰে ফটো।

ক্ৰিকেটেৰে সকলোকে মোহিত কৰি ৰখা  ধোনীয়ে খেলপথাৰৰ পৰা আঁতৰি অহাৰ পাছত অনুৰাগীসকলক কেশসজ্জাৰে মোহি ৰাখিছে।  খেলপথাৰ এৰাৰ পাছত এইবাৰ দ্বিতীয়বাৰৰ বাবে নতুন লুকত দেখা গৈছে এম এছ ধোনীক। ইয়াৰ পূৰ্বেও এক বিজ্ঞাপনৰ বাবে নতুন লুকত দেখা গৈছিল ধোনীক।

সকলোৱে একেমুখে প্ৰশংসা কৰিছে ধোনীৰ নিউ লুকক।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.