জীৱনশৈলীস্বাস্থ্য

আপুনি থাইৰয়ডৰ সমস্যাত ভুগিছে নেকি? জানো আহক ঘৰতে পোৱা এবিধ মহৌষধৰ বিষয়ে

থাইৰয়ডৰ লক্ষণ আৰু প্ৰতিকাৰ

আজিকালি সহজে শুনিবলে পোৱা এবিধ ৰোগৰ নাম হৈছে থাইৰয়ড ৰোগ। এতিয়া এটা গম্ভীৰ সমস্যাত পৰিণত হৈছে থাইৰয়ড ৰোগ। থাইকয়ড দুই ধৰণৰ থাকে- Hyperthyroidism আৰু Hypothyroidism। থাইৰয়ড হোৱা ব্যক্তিৰ কেতিয়াবা যদি হঠাতে ওজন বাঢ়ি যায় আকৌ কেতিয়াবা হঠাতে কমি যায়।

থাইৰয়ডৰ কেইটামান লক্ষণ হ’ল-

. থাইৰয়ড হোৱা লোকৰ কেতিয়াবা অকস্মাত শৰীৰৰ ওজন কমি যায় আকৌ কেতিয়াবা অস্বাভাৱিকভাবে বাঢ়ি যায়।

. সাধাৰণ কাম কৰিলেই, অথবা কেতিয়াবা একো নকৰিলেও ভাগৰ ভাগৰ অনুভৱ হৈ থাকে।

. ভোক নোহোৱা হৈ যায়

. খুব ভাগৰ লাগে

. গলধনৰ খজুৱতি অথবা এৰি ফুলি উঠা দেখা যায়

. টোপনি লাগি থাকে, চকু ফুলি থাকে

. গাঁঠিবোৰৰ বিষ হয়

. কোষ্ঠকাঠিন্যৰ সনস্যাই দেখা দিয়ে

. হাৰৰ লগতে মাংসপেসীও দুৰ্বল হ’ব ধৰে ইত্যাদি

ঘৰুৱা পদ্ধতিৰে অতি সহজেই এই থাইৰয়ডৰ সমস্যা পৰা উপশম পাব পাৰি। সকলোৰে পাকঘৰত থকা কেইবিধমান সাধাৰণ বস্তুই অতি অসাধাৰণ কাম কৰে এইবিধ ৰোগত।

থাইৰয়ড নিয়ন্ত্ৰণ কৰিবলৈ ঘৰুৱা অয়ুৰ্বেদিক ঔষধ –

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে আদা গুড়ি কৰি তাৰ আধা চামুচ লৈ সম পৰিমাণৰ ধনীয়া গুড়ি আৰু এক গ্ৰাম ডালচেনি দি আধা লিটাৰ পানীত উতলাব লাগে। সেই পানী পুৱাই খালী পেটত খাব পাৰিলে থাইৰয়ডৰ বাবে মহৌষধৰ কাম কৰে। তাৰ লগতে গৰম আৰু ঠাণ্ডা পানীৰ সেক দিব লাগে।

থাইৰয়ড ৰোগ কমতে নিৰাময় নকৰিলে পাছলে এই ৰোগ গম্ভীৰ সমস্যাত পৰিণত হয়।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.