অপৰাধঅসম

অশান্ত কাৰ্বি পাহাৰঃ আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়া গুলী

আৰক্ষীৰ গুলীত নিহত দুজন উগ্ৰপন্থী

কাৰ্বি আংলঙত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত ভয়ানক সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত দুজন উগ্ৰপন্থী।

দেওবাৰে বিয়লি কাৰ্বি আংলঙত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত আৰম্ভ হয় প্ৰচণ্ড গুলীয়া গুলী। এই ঘটনা সংঘটিত হৈছে মাঞ্জা থানাৰ অন্তৰ্গত জলেন পাহাৰত। সংঘৰ্ষত নিহত হৈছে ২ জন উগ্ৰপন্থী। উগ্ৰপন্থী দুজন ‘ইউনাইটেড পিপলছ ৰিভলিউছনেৰী ফ্ৰন্ট'(United People’s Revolutionary Front)ৰ সদস্য হিচাপে চিনাক্ত কৰা হৈছে। মৃত উগ্ৰপন্থী দুজনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটা AK47 ৰাইফল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.