AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ নিৰ্বাচন, নিৰ্বাচনৰ ফলাফলৰ পাছতেই মল্লযুঁজাৰু সাক্ষী মালিকৰ প্ৰতিক্ৰিয়া….

ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ নিৰ্বাচন

WRESTLING FEDERATIONৰ নিৰ্বাচনত জয় সঞ্জয় সিঙৰ

মল্লযুঁজাৰু ফেডাৰেচনৰ মূল পদত জয়ী সঞ্জয় সিং

অপসাৰিত ব্ৰীজ ভূষণ চৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং

যৌন নিৰ্যাতনৰ গোচৰত অপসাৰিত হৈছিল ব্ৰীজ ভূষণ

নৱনিযুক্ত সঞ্জয় সিঙে ৪৭টা ভোটৰ ৪০ ভোট লাভ

অভিযোগকাৰীৰ পক্ষত নিৰ্বাচন খেলিছিল অনিতা শ্বেৰনে

কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী অনিতা শ্বেৰন

নিৰ্বাচনত মাত্ৰ ৭টা ভোট লাভ অনিতা শ্বেৰনৰ

নিৰ্বাচনৰ ফলাফলৰ পাছতেই মল্লযুঁজাৰু সাক্ষী মালিকৰ প্ৰতিক্ৰিয়া

অলিম্পিক পদক জয়ী মল্লযুঁজাৰু সাক্ষীৰ অৱসৰৰ সিদ্ধান্ত

সংবাদমেলযোগে এই ঘোষণা সাক্ষী মালিকৰ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.