Socialঅপৰাধঅসম

শিৱসাগৰৰ শৰ্মা হোটেলত নাৰীদেহৰ ব্যৱসায়

শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰি নগৰত নাৰীদেহ ব্যৱসায় উৎখাত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰি নগৰত নাৰীদেহ ব্যৱসায় উৎখাত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আজি ‘বীৰ লাচিত সেনা’ৰ নাজিৰা মহকুমা সমিতিৰ কেইজনমান সদস্যই গোপন সূত্ৰৰ পম খেদি শিমলুগুৰি নগৰৰ ‘শৰ্মা হোটেল’ নামৰ এখন হোটেলত সন্ধান চলাই যুৱক-যুৱতী এহালক আটক কৰে ৷

শিমলুগুৰি আৰক্ষীয়ে এটা কোঠাত যুৱক-যুৱতীহালক অসংযত অৱস্থাত আটক কৰে বুলি জানিব পৰা গৈছে ৷ দীৰ্ঘদিন ধৰি শিমলুগুৰি নগৰৰ ‘শৰ্মা হোটেল’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলি আহিছিল এই নাৰীদেহৰ ৰমৰমীয়া ব্যৱসায়।

ইতিমধ্যে শিমলুগুৰি আৰক্ষীয়ে আটক কৰিছে ‘শৰ্মা হোটেল’ৰ স্বত্বাধিকাৰী অৰুণ শৰ্মা আৰু নাৰীদেহ ব্যৱসায় চক্ৰৰ লগত জড়িত এজন যুৱক ৰাজীৱ চাহু আৰু এগৰাকী যুৱতী অঞ্জলি দত্তক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.