আন্তঃৰাষ্ট্ৰীয়

সংবাদ মাধ্যমত প্ৰথমবাৰলৈ তালিবান মুৰব্বীৰ ফটো

আফগানিস্তান দখলৰ পিছত প্ৰথমবাৰৰ বাবে তালিবান প্ৰমুখ জবীউল্লাহ মুজাহিদে মঙলবাৰে বিশ্ববাসীৰ সমুখলৈ আহে

আফগানিস্তান দখলৰ পিছত প্ৰথমবাৰৰ বাবে তালিবান প্ৰমুখ জবীউল্লাহ মুজাহিদে মঙলবাৰে বিশ্ববাসীৰ সমুখলৈ আহে। মুজাহিদ তালিবান সংস্কৃতি পৰিষদৰো মুৰব্বী। মুজাহিদক বিশ্ববাসীয়ে প্ৰথমবাৰৰ বাবে দেখিছে। কিয়নো আজি পৰ্যন্ত সংবাদ মাধ্ৰযমৰ হাতত নাছিল মুজাহিদৰ এখনো ফটো।

আজি সংবাদমেল আয়োজন কৰি তেওঁ কয় যে, তেওঁলোকে কাৰোৰে প্ৰতি ঘৃণাৰ ভাৱ নাৰাখে। তেওঁ জনাই যে, ইছলামিক নীতি ‘ছাৰিয়া’ মতে আফগানিস্তানত শাসন চলাব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.