অসমভাৰতভ্ৰমণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ! কিদৰে চলিছে প্ৰস্তুতি?

২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচীৰ প্ৰাকক্ষণত মঙলবাৰৰ নিশা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উপস্থিত হৈ প্ৰস্তুতি পৰ্বৰ বুজ লয়।

বৃহস্পতিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচীৰ প্ৰাকক্ষণত মঙলবাৰৰ নিশা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উপস্থিত হৈ প্ৰস্তুতি পৰ্বৰ বুজ লয়।

দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হ’ব লগা বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱট, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ বিৰেণ দাসৰ লগতে লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, জিলা তথ্য আৰু জনসংযোগ বিভাগকে ধৰি একাধিক বিভাগৰ বিষয়াসকলৰ সৈতে আয়োজন পৰ্বৰে জড়িত বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.